അർത്ഥം : গালি পৰা কার্য ্বা ভাব
ഉദാഹരണം :
পৰিয়ালৰ লোকৰ গালিত অতীষ্ঠ হৈ মোহনে ঘৰ এৰি পলাই গʼল
പര്യായപദങ്ങൾ : অপযশ, অপামান, ককর্থ্্না, গঞ্জনা, গর্হাল, গালি, গালি-গালাজ, গালি-শপনি, গোর্হাল, গৰিহণা, ডাবি, ডাবি-হুকি, তিৰস্কাৰ, থেকেচনি, দুর্যশ, ধমক, নগুৰ-বিতণ্ডা, নিন্দা, নেওচা, নেওচা-কেওচা, বকনি, বকাবকি, বাক-বিতণ্ডা, ভর্ছ্্না, ভর্ৎসনা, ভেকাহি, শপনি, হুকি, ্দুর্ণাম, ্বদনাম, ্হেঁফনি, ৰটনা, ৰটনি
അർത്ഥം : দণ্ড দিয়া বা অপকাৰৰ ভয় দেখুৱা কার্য
ഉദാഹരണം :
মদনৰ ধমকিত ভয় খাই তেওঁ ্থানাত এজাহাৰ দিলে
പര്യായപദങ്ങൾ : হুমকি