അർത്ഥം : যʼত সন্দেহ হয় বা যাৰ দ্বাৰা সন্দেহৰ উৎপন্ন হয়
ഉദാഹരണം :
আপুনি সন্দেহজনক কথা কিয় কয় ?
പര്യായപദങ്ങൾ : অঠিক, অনিশ্চিত, অবিশ্বাস্য, সংশয়জনক, সন্দেহজনক, সন্দেহপূর্ণ
അർത്ഥം : যিজনে এতিয়া কি কৰিব তাৰ একো উৱাদিহ নাপায়
ഉദാഹരണം :
দ্বিধাগ্রস্ত অৱস্থাত মানুহে সহজে একো সুবুদ্ধি বিচাৰি নাপায়
പര്യായപദങ്ങൾ : কিং-্কর্তব্য বিমূঢ়