അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : দৌৰ মৰা কার্য ্বা ভাব
ഉദാഹരണം : দৌৰাৰ পিছত অলপ আৰাম কৰা উচিত
അർത്ഥം : কোনো প্রয়াসত ইফালে-সিফালে ঘূৰা
ഉദാഹരണം : এই চাকৰিটো পাবৰ কাৰণে মই বহুত দৌৰিলোঁ
പര്യായപദങ്ങൾ : ঘূৰা, লৰা-ঢপৰা কৰা
അർത്ഥം : বৰ সঘনাই ভৰি দাঙি যোৱা
ഉദാഹരണം : মেকুৰীজনীয়ে নিগনিটো দেখিয়েই তাৰফালে দৌৰিলে
പര്യായപദങ്ങൾ : দৌৰ মৰা, লৰ মৰা
അർത്ഥം : ভৰিৰে অতি বেগাই যোৱা
ഉദാഹരണം : তেওঁ দৌৰা লʼৰাটোক ধৰিবলৈ অসমৰ্থ হʼল
ഇൻസ്റ്റാൾ ചെയ്യുക