പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള দোষাৰোপ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

দোষাৰোপ   বিশেষ্য

അർത്ഥം : কাৰোবাৰ ওপৰত কোনো দোষ লগোৱা কার্য ্বা এওঁ অমুক দোষ বা অপৰাধ কৰিছে বুলি কাৰোবাৰ ওচৰত কোৱা কার্য

ഉദാഹരണം : অনাহকতে কাকো দোষাৰোপ কৰা উচিত নহয়

പര്യായപദങ്ങൾ : দোষাৰোপন

അർത്ഥം : অভিযুক্তৰ ওপৰত দোষ প্রমাণিত হোৱা সিদ্ধান্ত

ഉദാഹരണം : দোষাৰোপৰ পিছত অভিযুক্তক চাৰি বছৰৰ কাৰাদণ্ড বিহা হʼল

പര്യായപദങ്ങൾ : দোষনিৰ্ণয়

അർത്ഥം : এওঁ এইদৰে কৰিছে বুলি কাৰোবাৰ বিষয়ে কোৱা:দুর্নীতিৰ অভিযোগত তেওঁক নিলম্বিত কৰা হৈছে

ഉദാഹരണം :

പര്യായപദങ്ങൾ : অনুযোগ, অভিযোগ, দোষাৰোপন, দোষী, নালিছ

അർത്ഥം : দোষমুক্তিৰ বাবে বা ক্ষতিপূৰণৰ নিমিত্তে ন্যায়ালয়ত কৰা প্রার্থন্া

ഉദാഹരണം : অনুসন্ধানৰ অন্তত গম পোৱা গʼল যে তেওঁৰ ওপৰত লগোৱা অভিযোগটো মিছা

പര്യായപദങ്ങൾ : অনুযোগ, অভিযোগ, দায়ীকৰা-, দোষ, দোষাৰোপণ, দোষীকৰা-, নালিছ