അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কেইবাজনো মানুহে কান্ধত তুলি ভাৰ বৈ নিয়া এবিধ বাহন
ഉദാഹരണം : কইনা দোলাত বহি আছে
അർത്ഥം : চন্দুকৰ নিচিনা দোলাতকৈ অলপ ভিন্ন আকৃতিৰ বাহন যাক কঁ্হাৰে কান্ধত লৈ যায়
ഉദാഹരണം : ৰজাই দোলাত বহি নগৰ ভ্রমণ কৰিবলৈ ওলালে
പര്യായപദങ്ങൾ : পাল্কী
അർത്ഥം : মন চঞ্চল হোৱা অৱস্থা
ഉദാഹരണം : ৰাধাৰ সুন্দৰতা দেখি মোহনৰ মনত দোলা দি গʼল
പര്യായപദങ്ങൾ : দোলা দিয়া
അർത്ഥം : ঝুলনাত বহি দুলি থকা কার্য
ഉദാഹരണം : তেওঁ ্এঘণ্টা ধৰি দুলি আছে
പര്യായപദങ്ങൾ : দুলি থকা
ഇൻസ്റ്റാൾ ചെയ്യുക