പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള দেহা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

দেহা   বিশেষ্য

അർത്ഥം : লʼৰা-ছোৱালীক মৰমত কৰা সম্বোধন

ഉദാഹരണം : মোৰ সোণটোৱে আজি কিয় ভাত খোৱা নাই ?

പര്യായപദങ്ങൾ : সোণ

അർത്ഥം : প্রাণীৰ একে ৰূপতে থকা সকলো অংগৰ সমষ্টি

ഉദാഹരണം : শৰীৰ ভালে ৰাখিবলৈ ব্যায়াম কৰা উচিত যি দৰে আমি পুৰণা কাপোৰ সলাই নতুন কাপোৰ পিন্ধো সেইদৰে আত্মাইও পুৰণা দেহ ত্যাগ কৰি নতুন দেহত প্রৱেশ কৰে

പര്യായപദങ്ങൾ : ইন্দ্রিয়াতন, কায়, গা, গাত্র, তনু, দেহ, দেহপিঞ্জৰ, বপু, ভোগায়তন, শৰীল, শৰীৰ

അർത്ഥം : শৰীৰৰ ডিঙিৰ তলৰ পৰা কঁ্কাললৈকে দেহৰ অংশ

ഉദാഹരണം : তৰোৱালৰ এটা ঘাপতে তেওঁৰ মূৰ গাৰ পৰা বেলেগ হৈ গʼল

പര്യായപദങ്ങൾ : গা, দেহ, শৰীৰ