പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള দেশ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

দেশ   বিশেষ্য

അർത്ഥം : কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র

ഉദാഹരണം : অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে

പര്യായപദങ്ങൾ : প্রদেশ, প্রান্তৰ, ৰাজ্য

അർത്ഥം : কোনো দেশৰ প্রশাসনীয় দল বা চৰকাৰ

ഉദാഹരണം : দেশে অতি সোনকালেই কেইখনমান নতুন আঁচনি আৰম্ভ কৰিব

പര്യായപദങ്ങൾ : চৰকাৰ, ৰাষ্ট্র

അർത്ഥം : এখন ধৰি লোৱা ক্ষেত, যʼত কোনোবাই প্রভাৱ বিস্তাৰ

ഉദാഹരണം : চাৰিওফালে মিছাৰ ৰাজ্য

പര്യായപദങ്ങൾ : সাম্রাজ্য, স্থলী, ৰাজ্য

അർത്ഥം : এখন নির্দিষ্ট সংবিধান মানি চলা বিভিন্ন ৰাজ্য, নগৰ আদি থকা পৃথিৱীৰ এক বিশেষ ভূ-ভাগ

ഉദാഹരണം : ভাৰতবর্ষ ্মোৰ দেশ দেশতকৈ মোমাই ডাঙৰ নহয়

പര്യായപദങ്ങൾ : ৰাষ্ট্র

അർത്ഥം : কোনো দেশত বাস কৰা লোক

ഉദാഹരണം : গান্ধীজীৰ মৃত্যুত গোটই দেশে কান্দিছিল

പര്യായപദങ്ങൾ : ৰাষ্ট্র

അർത്ഥം : আপুনি বাস কৰা দেশ, প্রদেশ, জিলা, ক্ষেত্র, চহৰ গাঁও আদি

ഉദാഹരണം : ভাৰত মোৰ দেশ

പര്യായപദങ്ങൾ : গৃহভূমি