പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള দেখুওৱা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

দেখুওৱা   ক্ৰিয়া

അർത്ഥം : কোনো বস্তু বা কার্য আদিৰ ফালে ইংগিত কৰা

ഉദാഹരണം : মায়ে মোক আকাশত ধ্রুৱ তৰাৰ স্থিতি দেখুৱালে

പര്യായപദങ്ങൾ : নির্দেশ ্কৰা

അർത്ഥം : কোনো ব্যক্তি, পদার্থ ্ বা কাম-কাজ আদিৰ ৰূপ-ৰং, আকাৰ-প্রকাৰ বা গুণ আদিৰ জ্ঞান লাভ কৰা

ഉദാഹരണം : তেওঁৰ নতুন ঘৰটো আমাক দেখুৱালে

പര്യായപദങ്ങൾ : দর্শন ্ কৰা, দেখুৱা

അർത്ഥം : অনুভৱ কৰোৱা

ഉദാഹരണം : ভাগ্যই আমাক বহুত বেয়া দিন দেখুৱালে

അർത്ഥം : * কৃত্রিমভাৱে প্রস্তুত কৰা বা দেখুওৱা বা আনৰ নিচিনাকৈ অভিনয় কৰা

ഉദാഹരണം : শীলাই নিজকে অভিনেত্রী যেন দেখুৱায়

പര്യായപദങ്ങൾ : প্রদর্শন ্কৰা

അർത്ഥം : অনুসন্ধান বা নিৰীক্ষণ কৰা

ഉദാഹരണം : আপুনি ৰোগীজনক ডাক্তৰক দেখুৱালে নেকি ?

അർത്ഥം : নিৰীক্ষণ কৰোৱা কার্য

ഉദാഹരണം : প্রত্যক্ষদর্শীয়ে পুলিচক হত্যা হোৱা ঠাইখিনি দেখুৱালে

പര്യായപദങ്ങൾ : দেখুৱা