അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : অতি কম সময়ৰ কাৰণে চকুৰ সন্মুখলৈ অহা কোনো দৃশ্য
ഉദാഹരണം : মানুহে সাধুজনৰ ক্ষণিক দৃষ্টি পাবলৈ আকুল হৈ আছিল
പര്യായപദങ്ങൾ : ক্ষণিক দৃষ্টি
അർത്ഥം : দেখা কার্য
ഉദാഹരണം : তেওঁক ্ চোৱাটো মোৰ বাবে জৰুৰী নহয়
പര്യായപദങ്ങൾ : অৱলোকন, চোৱা-, দর্শন, নেত্রপাত, বিলোকন, লক্ষ্য
അർത്ഥം : ভালদৰে পৰীক্ষা-নিৰীক্ষা কৰি চোৱা কার্য
ഉദാഹരണം : কোনো বস্তু ব্যৱহাৰ কৰাৰ আগতে ভালদৰে অৱলোকন কৰি চোৱা উচিত
പര്യായപദങ്ങൾ : অৱলোকন, চোৱা-চিতা
ഇൻസ്റ്റാൾ ചെയ്യുക