അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : প্রমাণ বা সাক্ষীহিচাপে লোৱা লেখা আদিৰ কোনো অংশ
ഉദാഹരണം : এই উদাহৰণটো ৰামচৰিত মানসৰ পৰা লোৱা হৈছে
പര്യായപദങ്ങൾ : উদাহৰণ, উপমা
അർത്ഥം : কোনো আদর্শস্বৰূপ ব্যক্তি বা কার্য, ্যাক অনুকৰণ কৰাটো নৈতিকতাৰ ভিতৰত ধৰা হয়
ഉദാഹരണം : ভগৱান ৰামৰ কার্য আধুনিক যুগৰ মানুহৰ কাৰণে এটা ভাল উদাহৰণ
പര്യായപദങ്ങൾ : আর্হি, উদাহৰণ, নজিৰ, নমুনা, নিদ্্র্শন
അർത്ഥം : কোনো বিষয়ক স্পষ্টভাৱে কোৱা বা প্রমাণ কৰিবৰ কাৰণে কৰা কোনো জ্ঞাত অন্য বিষয়ৰ উল্লেখ
ഉദാഹരണം : উদাহৰণ দি বুজালে কোনো বিষয় সোনকালে বুজিব পাৰি
പര്യായപദങ്ങൾ : উদাহৰণ, নমুনা
ഇൻസ്റ്റാൾ ചെയ്യുക