അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : সূর্য্য উদয় হোৱা দিশ
ഉദാഹരണം : ভাৰতৰ পূৱফালে অসম ৰাজ্য অৱস্থিত
പര്യായപദങ്ങൾ : ঐন্দ্র, পূব, পূর্ব, পূর্বাশা, পূৱ, পূৱ দিশ, প্রাচী, প্রাচ্য, ্ পুৰব
അർത്ഥം : যাৰ অৱলোকন কৰা হৈছে
ഉദാഹരണം : তেওঁ সকলো গোচৰিত দস্তাবেজ জ্যেষ্ঠ বিষয়ালৈ লৈ যায়
പര്യായപദങ്ങൾ : অক্ষিগত, অক্ষিত, অৱলোকিত, আলোকিত, ঈক্ষিত, গোচৰিত, প্রেক্ষিত, পৰিলক্ষিত, লক্ষিত, ্পর্যবেক্ষিত
ഇൻസ്റ്റാൾ ചെയ്യുക