അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : নাটকৰ কোনো এক ঘটনাৰ অভিনীত বা মঞ্চস্থ ৰূপ যাক এটা অংক বা ভাগত বিভক্ত কৰা হয়
ഉദാഹരണം : নাটকৰ শেষ দৃশ্যতহে হত্যাকাৰী কোন গম পোৱা গʼল
അർത്ഥം : নাটকৰ এনেকুৱা এটা ৰূপ, যʼত কেতিয়াবা এটা খণ্ড বা কেইবাটাও খণ্ড থাকিব পাৰে:নাটকৰ দ্বিতীয় অংকত নায়িকাই নিজৰ বলিষ্ঠ অভিনয়েৰে দর্শকক মন্ত্র-মুগ্ধ কৰিলে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : অংক, নাট্যাংক, নাট্যাংশ
അർത്ഥം : চকুৰ সন্মুখত থকা পদার্থ, ্ ঘটনা বা ঠাই
ഉദാഹരണം : সূর্যাস্তৰ দৃশ্য বৰ ধুনীয়া আছিল বৰষুণৰ কাৰণে বাহিৰৰ ছবিখন অস্পষ্ট হৈ আছিল
പര്യായപദങ്ങൾ : ছবি, পট
ഇൻസ്റ്റാൾ ചെയ്യുക