അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি সিদ্ধান্ত সলনি নহয়
ഉദാഹരണം : পিতামহ ভীষ্মই বিয়া নাপাতো বুলি দৃঢ় প্রতিজ্ঞা কৰিলে তেওঁৰ নিজৰ সিদ্ধান্তত অটল
പര്യായപദങ്ങൾ : অটল, অবিচল, একনিষ্ঠ, একাগ্র, নিমগ্ন, স্থিৰ
അർത്ഥം : যাৰ কোনো শিথিলতা নাই:চেগুনৰ কাঠেৰে সজা ফার্ণিচাৰ মজবুত হয় মোৰ মনটো অতি দৃঢ়
ഉദാഹരണം :
പര്യായപദങ്ങൾ : অশিথিল, মজবুত
അർത്ഥം : যি নমনীয় নহয় বা যাক টলাব নোৱাৰি
ഉദാഹരണം : আলেকজেণ্ডাৰৰ সন্মুখত পুৰু অনমনীয় হৈ থাকিল
പര്യായപദങ്ങൾ : অনমনীয়, অনম্য, কঠোৰ
അർത്ഥം : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই
ഉദാഹരണം : পাহাৰ-পর্বত স্থিৰ
പര്യായപദങ്ങൾ : অচল, অচৰ, অটল, অবিচল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ
ഇൻസ്റ്റാൾ ചെയ്യുക