അർത്ഥം : কঠিন হোৱা অৱস্থা বা ভাব
ഉദാഹരണം :
সাহসী লোকৰ জীৱনত কঠিনতা অহাৰ পিছতো অলপো বিচলিত নহয়
പര്യായപദങ്ങൾ : কঠিনতা
അർത്ഥം : কোনো কাম কৰোতে বাধা পোৱা স্থিতি
ഉദാഹരണം :
এনেকুৱা পৰিস্থিতিত কাম কৰিবলৈ মই অসুবিধা পাওঁ
പര്യായപദങ്ങൾ : অসুবিধা, কঠিনতা, কষ্টসাধ্যতা