അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : দোষযুক্ত বা যিয়ে দুষ্টামি কৰে:দুষ্ট মানুহে সদায় বেলেগৰ অহিত চিন্তা কৰে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : অধম, অসজ, অসজ্জন, অসন্ত, অসাধু, খল, দুর্জন, পাঁজী, শঠ, হাৰামী, ্ বদমাচ
അർത്ഥം : ভালৰ ওলোটা বা বিপৰীত
ഉദാഹരണം : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
പര്യായപദങ്ങൾ : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ
അർത്ഥം : যিজনে বৰ উৎপাত কৰে
ഉദാഹരണം : দুষ্ট লʼৰা-ছোৱালীবোৰে মানুহক বৰ আমনি কৰে
പര്യായപദങ്ങൾ : উৎপতীয়া, খটাসুৰ, বদমাচ
ഇൻസ്റ്റാൾ ചെയ്യുക