അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিটো ভেদ কৰিব নোৱাৰি
ഉദാഹരണം : এই অভেদ্য লক্ষ্যটো ভেদ কৰাই মোৰ প্রথম কাম
പര്യായപദങ്ങൾ : অভেদ্য, দুশ্ছেদ্য
അർത്ഥം : যিটো ভেদ্য নহয় বা যাৰ ভেদন সম্ভৱ নহয়
ഉദാഹരണം : প্রাচীন কালত ৰজাসকলে অভেদ্য দুর্গ নির্মাণ কৰিছিল
പര്യായപദങ്ങൾ : অচ্ছেদ্য, অভেদ, অভেদনীয়, অভেদ্য
ഇൻസ്റ്റാൾ ചെയ്യുക