അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিটো সহজে বা সাধাৰণতে বুজিব পৰা নাযায়
ഉദാഹരണം : প্রশ্নটো সমাধান কৰিবৰ কাৰণে এইটো সকলোতকৈ দুর্বোধ্য প্রক্রিয়া
അർത്ഥം : যʼত বহুত হেৰ-ফেৰ বা মেৰপেচ আছে আৰু সেই কাৰণেই সহজতে বুজা নাযায়
ഉദാഹരണം : এইটো দুর্বোধ্য বিষয়, ইয়াৰ সমাধান উলিওৱা সহজ নহয়
പര്യായപദങ്ങൾ : অসহজ, কঠিন, কঠোৰ, দুষ্কৰ, দুৰূহ, বিচল
ഇൻസ്റ്റാൾ ചെയ്യുക