അർത്ഥം : দুখন মুখ থকা বা যাৰ দুখন মুখ আছে
ഉദാഹരണം :
যাক দুমুখীয়া সাপ বুলি কোৱা হয় বাস্তৱতে সেইয়া দুমুখীয়া সাপ নাথাকে
അർത്ഥം : কোনো কাজিয়া আদিত দুয়োপক্ষৰ ফালৰ পৰা যিজনক নিয়োজিত কৰা হয়
ഉദാഹരണം :
আমি দুমুখীয়া ব্যক্তিৰ ওপৰত বিশ্বাস কৰা উচিত নহয়
പര്യായപദങ്ങൾ : দুফলীয়া
അർത്ഥം : দুটা কথা কোৱা বা দুই ধৰণৰ আচৰণ কৰা মানুহ
ഉദാഹരണം :
দুমুখীয়া মানুহৰ ওপৰত মোৰ খং উঠে
അർത്ഥം : যাৰ দুখন মুখ আছে
ഉദാഹരണം :
বাজীকৰে মানুহক দুমুখীয়া সাপ দেখুৱালে