പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള দুখ দিয়া എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

দুখ দিয়া   ক্ৰিয়া

അർത്ഥം : কাৰোবাৰ মর্ম্্স্থানত আঘাত লগাকৈ কোনো কথা কোৱা বা কাম কৰা

ഉദാഹരണം : শাহুৱেকে গালি পাৰি বোৱাৰীয়েকৰ মনত দুখ দিলে

പര്യായപദങ്ങൾ : আঘাত দিয়া

അർത്ഥം : কাৰোবাৰ ঘা আদি এনেদৰে চুৱা যাৰ কাৰণে তেওঁ কষ্ট অনুভৱ কৰে

ഉദാഹരണം : অকস্মাতে তেওঁ ্মোৰ ফোঁহাটোত দুখ দিলে

പര്യായപദങ്ങൾ : কষ্ট দিয়া

അർത്ഥം : কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে দুখ দিয়া

ഉദാഹരണം : বিয়াৰ পিছত গীতাক শহুৰেকৰ ঘৰখনে বৰ কষ্ট দিছে

പര്യായപദങ്ങൾ : উৎপীড়ন কৰা, কষ্ট দিয়া, জ্বলোৱা, দুঃখ দিয়া, দুখ-কষ্ট দিয়া, যাতনা দিয়া, শাস্তি দিয়া

അർത്ഥം : কোনো পদার্থৰ ্অভাৱৰ পৰা দুখ ওপজা কার্য

ഉദാഹരണം : নি্র্বাচনৰ সময়ত নেতাই প্রতিশ্রুতি দিয়ে আৰু জিকাৰ পিছত দুখ দিয়ে

പര്യായപദങ്ങൾ : প্রলোভন দিয়া, ব্যাকুল কৰা