പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള দীপিকা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

দীপিকা   বিশেষ্য

അർത്ഥം : চন্দ্রৰ পৰা বিকিৰিত পোহৰ

ഉദാഹരണം : জোনাক ৰাতি আকাশখন ধুনীয়া দেখি যেতিয়া আমি ঘৰৰ পৰা ওলাইছিলো আকাশখন পৰিষ্কাৰ আছিল আৰু পৃথিৱীত জোনৰ পোহৰ পৰিছিল

പര്യായപദങ്ങൾ : কৌমুদী, চন্দ্রকান্তা, চন্দ্রকিৰণ, চন্দ্রকৰ, চন্দ্রজ্যোতি, চন্দ্রপ্রভা, চন্দ্রসুধা, চন্দ্রাংশু, চন্দ্রালোক, চন্দ্রাৱলী, চন্দ্রিকা, চন্দ্রিমা, চন্দ্রৰশ্মি, জোছনা, জোনাক, জোনালী, জোনৰ পোহৰ, জ্যোৎস্না, জ্যোৎস্নালোক, শশীকৰ

അർത്ഥം : পোহৰ কৰিবলৈ তেল আৰু শলিতা দি জ্বলোৱাৰ বাবে ব্যৱহাৰ কৰা পাত্র

ഉദാഹരണം : গধূলি হোৱাৰ লগে-লগেই গাঁৱত চাকি জ্বলে

പര്യായപദങ്ങൾ : চাকি, চাকি-বন্তি, চেৰাগ, দীপ, দীপক, প্রদীপ, বন্তি, বাতি, লেম, লেম্প