അർത്ഥം : জ্বলি থকা দীপকৰ শাৰী
ഉദാഹരണം :
দিৱালীৰ ৰাতিত ৰমেশৰ ঘৰৰ দুৱাৰত দীপমালা সজ্জিত আছিল
പര്യായപദങ്ങൾ : দীপমালা
അർത്ഥം : আহিন বা কাতি মাহৰ অমাৱস্যা তিথিৰ দিনাখন ঘৰ আৰু পদূলি আদিত চাকি লগাই পালন কৰা উৎসৱ
ഉദാഹരണം :
উত্তৰ ভাৰতত দেৱালী উৎসৱ উলহ-মালহেৰে পালন কৰা হয়
പര്യായപദങ്ങൾ : দীপান্বিতা, দীপালী, দেৱালী