പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള দিৱস എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

দিৱস   বিশেষ্য

അർത്ഥം : হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন

ഉദാഹരണം : সোমবাৰ সপ্তাহৰ প্রথম দিন

പര്യായപദങ്ങൾ : অহ্ন, দিন, বাসৰ, বাৰ

അർത്ഥം : নিশ্চিত বা উচিত সময়

ഉദാഹരണം : আজি মোৰ লʼৰাটোৰ জন্ম দিন

പര്യായപദങ്ങൾ : দিন

അർത്ഥം : সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি

ഉദാഹരണം : আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল গৰমকালি দিন দীঘল হয়

പര്യായപദങ്ങൾ : অহ, অহ্ন, দিন, দিনা, দিবা, বাসৰ, বাৰ, ৰোজ

അർത്ഥം : কোনো ধৰণৰ স্মৰণীয় কার্য ্বা ঘটনা সংঘটিত হোৱা বিগত ্বর্ষৰ দিন বিশেষ

ഉദാഹരണം : আজি আমাৰ বিয়াৰ বছৰেকীয়া তিথি পৰিছে

പര്യായപദങ്ങൾ : তিথি, বার্ষিকী, ্পর্ব

അർത്ഥം : এটা সূর্যোদয়ৰ পৰা আৰম্ভ কৰি অন্য এটা সূর্যোদয়ৰ মাজৰ সময়ছোৱা যাক চৌব্বিশ ঘণ্টা হিচাপে গণ্য কৰা হয়

ഉദാഹരണം : এদিনত আঠটা প্রহৰ থাকে

പര്യായപദങ്ങൾ : তিথি, দিন

അർത്ഥം : শোৱাৰ পিছত কাম কৰাত পাৰ হোৱা চৌব্বিশ ঘণ্টাৰ মাজৰ বিশেষ সময়ছোৱা

ഉദാഹരണം : মোৰ দিন ৰাতিপুৱা চাৰি বজাৰ পৰা আৰম্ভ হয়

പര്യായപദങ്ങൾ : দিন