അർത്ഥം : কাৰোবাক কিবা হস্তান্তৰ কৰা???
ഉദാഹരണം :
অধ্যাপকজনে তেওঁক পুৰস্কাৰ দিছে
പര്യായപദങ്ങൾ : প্রদান কৰা
അർത്ഥം : কাৰোবাক দুখী কৰা বা কাৰোবাৰ হানি কৰা
ഉദാഹരണം :
পুতেকে নিজৰ ঘৰ এৰি মাক-দেউতাকক বহুত দুখ দিলে
അർത്ഥം : * সুলভ বা উপল্্ব্ধ কৰা
ഉദാഹരണം :
কʼৰবালৈ অহা-যোৱা কৰিবৰ কাৰণে আমি বাহনো দি্ওঁ
പര്യായപദങ്ങൾ : উপল্্ব্ধ থকা, প্রদান কৰা, সুলভ থকা