പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള দিশ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

দিশ   বিশেষ্য

അർത്ഥം : ক্ষেত্রীয় বৃত্তৰ কোনো এটিফালে প্রসাৰিত হৈ থকা চাৰিভাগৰ যিকোনো এটা ভাগ

ഉദാഹരണം : মোৰ ঘৰ ইয়াৰ পৰা উত্তৰ দিশত আছে বতাহৰ দিশ সলনি হৈ গৈছে

പര്യായപദങ്ങൾ : দিশা

അർത്ഥം : কোনো বস্তুৰ বিষয়ৰ ্অন্তর্গত ্এটা বিষয় যাৰ পৃথকে পৃথকে বিচাৰ কৰিব পৰা যায় বা বিচাৰ কৰাৰ প্রয়োজন আছে

ഉദാഹരണം : ভাৰতীয় ্অর্থব্যৱস্থাৰ বিভিন্ন দিশত ভালদৰে বিচাৰ বিবেচনা হোৱাটো আৱশ্যক

പര്യായപദങ്ങൾ : অংশ, পক্ষ, বিভাগ

അർത്ഥം : কোনো বস্তু বা শৰীৰৰ ্সোঁফাল বা বাওঁ্ফালৰ ভাগ

ഉദാഹരണം : আপোনাৰ কোন ফালে বিষ হৈ আছে অর্ধ্্নাৰীশ্বৰৰ এটা অংশ স্ত্রী তথা আনটো অংশ পুৰুষৰ

പര്യായപദങ്ങൾ : অংশ, ফাল

അർത്ഥം : নিয়ত স্থানৰ ইফাল-সিফালৰ শেষলৈকে থকা বিস্তাৰ

ഉദാഹരണം : আপোনাৰ কোন ফালে যাবলগীয়া আছে

പര്യായപദങ്ങൾ : কাষ, পিন, ফাল