പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള দাৰু എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

দাৰু   বিশেষ্য

അർത്ഥം : এবিধ নিচাযুক্ত জুলীয়া পদার্থ ্ যাক বিভিন্ন বস্তুৰ সংমিশ্রণত বিভিন্ন ধৰণে তৈয়াৰ কৰা হয় আৰু ইয়াক সেৱন কৰিলে নৈতিকভাৱে নিন্দনীয় আৰু ধার্মিকভাৱে পাপ বুলি ধৰা হয়

ഉദാഹരണം : তেওঁ ্ সদায় গধূলি মদ খাই ঘৰলৈ উভতে

പര്യായപദങ്ങൾ : অৰিষ্ট, আসৱ, দ্রাক্ষাৰস, মদ, মদিৰা, মদ্য, সুৰা, সোমৰস

അർത്ഥം : ৰোগ দূৰ কৰিবলৈ খোৱা বা লোৱা দ্রৱ্য:নিয়মিতভাৱে ঔষধ খালে বেমাৰ ভাল হয়

ഉദാഹരണം :

പര്യായപദങ്ങൾ : ঔষধ, ঔষধ-পাতি, দাৱাই, দৰৱ, দৰৱ-পাতি, দৱাই, ভেষজ

അർത്ഥം : গছৰ শুকাই যোৱা স্থূল অংগ

ഉദാഹരണം : আচ-বাব বনোৱা কামতে কাঠ বেছিকৈ ব্যৱহাৰ কৰা হয়

പര്യായപദങ്ങൾ : কাঠ, কাষ্ঠ