അർത്ഥം : পশু-পক্ষী আদিক দিয়া খাদ্য বস্তু
ഉദാഹരണം :
তেওঁ মুর্গীক দানা দি আছে খেতিয়কজনে বলদ হালৰ কাৰণে দানা আনিহলৈ গৈছে
അർത്ഥം : শস্যৰ পৰা উলিওৱা অংশ
ഉദാഹരണം :
চিকাৰীটোৱে গছৰ তলত দানা সিঁচি দিলে
പര്യായപദങ്ങൾ : শস্যৰ গুটি, শস্যৰ বীজ
അർത്ഥം : গোলাকাৰ সৰু বস্তু বিশেষ
ഉദാഹരണം :
লʼৰাটোৱে বৰ মনোযোগেৰে ডালিমৰ দানা খাই আছে
പര്യായപദങ്ങൾ : গুটি
അർത്ഥം : পশুৱে খোৱা ঘাঁহ, ভুচি আদি
ഉദാഹരണം :
তেওঁ গৰুৰ ্কাৰণে দানা আনিবলৈ গৈছে