അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : মহাৰ লʼৰা
ഉദാഹരണം : ৰাম মোৰ ভাই (মহাৰ লʼৰা)
പര്യായപദങ്ങൾ : ভাই, ভাইটি, মহাৰ লʼৰা
അർത്ഥം : জেঠোদেউৰ পুতেক
ഉദാഹരണം : মোৰ জেঠোদেউৰ লʼৰাটো অভিযন্তা
പര്യായപദങ്ങൾ : জেঠোদেউৰ লʼৰা, ভাইটি
അർത്ഥം : কোনো কাৰণ নোহোৱাকৈ কাজিয়া কৰা বা মাৰপিট কৰালোক
ഉദാഹരണം : দাৰোগাই আজি চাৰিআলিত এটা গুণ্ডাক ধৰি খুউব পিটিলে
പര്യായപദങ്ങൾ : গুণ্ডা, বজ্জাত, বদমাচ, বদমাছ
അർത്ഥം : যিজন ভায়েকে প্রথমে জন্ম লৈছে
ഉദാഹരണം : শ্যামৰ ককায়েক অধ্যাপক
പര്യായപദങ്ങൾ : অগ্রজ, ককাই, ককাইদেউ
ഇൻസ്റ്റാൾ ചെയ്യുക