അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কাৰোবাৰ ওপৰত আৰোপ কৰা দোষ
ഉദാഹരണം : নভবা নিচিন্তাকৈ কাৰো চৰিত্রত কলংক সনা উচিত নহয়
പര്യായപദങ്ങൾ : অপযশ, কলংক, কালিমা, লাঞ্ছনা
അർത്ഥം : ফল আদিৰ ওপৰত পৰা দাগ
ഉദാഹരണം : মোক এই দাগ লগা ফলবোৰ নালাগে
അർത്ഥം : কোনো ঠাইত থকা বা লগা চিন:কেবাবাৰ ধোৱাৰ পিচতো এই কাপোৰখনত লগা দাগটো নগʼল
ഉദാഹരണം :
പര്യായപദങ്ങൾ : চেক, চেকা, দাগী, ধাব্বা, নিচান
അർത്ഥം : সৰু দাগ বা চিহ্ন
ഉദാഹരണം : পখিলাৰ পাখিত ৰংচঙীয়া দাগ থাকে
പര്യായപദങ്ങൾ : ছিটিকনি
ഇൻസ്റ്റാൾ ചെയ്യുക