അർത്ഥം : ৰহৰ, মগু, বুট আদি শস্য দলি তৰকাৰী হিচাপে ৰান্ধি খোৱা খাদ্য
ഉദാഹരണം :
তেওঁ ্ মগু দাইলৰ পকৰি খুউব ভাল পায়
പര്യായപദങ്ങൾ : দালি
അർത്ഥം : ৰুটি, ভাত আদিৰ লগত খোৱাৰ কাৰণে উতলোৱা বা সিজোৱা দাইলৰ এক ৰূপ
ഉദാഹരണം :
মায়ে আজি দাইল, ভাত আৰু আলুৰ আঞ্জা ৰান্ধিছে
പര്യായപദങ്ങൾ : দাইলৰ তৰকাৰী