അർത്ഥം : দলিয়াই দিয়া
ഉദാഹരണം :
তেওঁক ্ৰেলগাড়ীৰ পৰা দলিয়ালে
അർത്ഥം : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া
ഉദാഹരണം :
আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল
പര്യായപദങ്ങൾ : নিক্ষেপ কৰা, পেলাই দিয়া, ভৰোৱা
അർത്ഥം : জোৰেৰে কোনো বস্তু আঁতৰোৱা বা দূৰলৈ পঠিওৱা
ഉദാഹരണം :
ডাষ্টবিনত জাবৰ পেলোৱা হয়
പര്യായപദങ്ങൾ : দলিয়া, নিক্ষেপ কৰা, পেলোৱা
അർത്ഥം : কোনো বস্তু, ব্যক্তি বা কোনো অংশক জোৰেৰে ওখ ঠাইৰ পৰা তলৰফালে পেলোৱা
ഉദാഹരണം :
লʼৰাটোৱে খেলনাটো দলিয়ালে
പര്യായപദങ്ങൾ : লদিওৱা
അർത്ഥം : আনৰ হতুৱাই দলিয়া
ഉദാഹരണം :
মালিকনীয়ে চাকৰণীৰ হতুৱাই জাবৰ দলিওৱালে