പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള দল എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

দল   বিশেষ্য

അർത്ഥം : ফুল গছৰ সেই ৰং-চঙীয়া অংশ, যি মেল খালে বা প্রসাৰিত হʼলে ফুলৰ ৰূপ লয়

ഉദാഹരണം : লʼৰাটোৱে পদুমৰ পাহিবোৰ আজুৰিছে

പര്യായപദങ്ങൾ : পাহি

അർത്ഥം : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ

ഉദാഹരണം : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে

പര്യായപദങ്ങൾ : গণ, গোট, জাক, জুম, দʼম, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ

അർത്ഥം : কোনো বিশেষ মতৰ সমর্থন ্কৰা লোকৰ সমূহ

ഉദാഹരണം : আপুনি কোন দলৰ প্রতিনিধিত্ব কৰিছে

പര്യായപദങ്ങൾ : পক্ষ, পার্টী

അർത്ഥം : গছ-গছনি, লতিকা আদিৰ ঠাল-ঠেঙুলিত লাগি থকা বিশেষকৈ সেউজীয়া বা বিভিন্ন ৰঙৰ পাতল, চেপেটা অৱয়ব

ഉദാഹരണം : তেওঁ ্ বাগিচাত পৰা শুকান পাতবোৰ সাৰি আছে

പര്യായപദങ്ങൾ : পত্র, পর্ণ, পাত

അർത്ഥം : কোনো কার্য ্বা উদ্দেশ্য সিদ্ধিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ

ഉദാഹരണം : সম্প্রতি সমাজত নিতৌ নতুন-নতুন দলৰ জন্ম হৈ আছে

പര്യായപദങ്ങൾ : মণ্ডল, মণ্ডলী, সংগঠন

അർത്ഥം : কোনো বিশেষ কার্য, প্রদর্শন, ব্যৱসায় আদিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ

ഉദാഹരണം : আমাৰ চহৰত চিত্রকূটৰ ৰাম-লীলা দল আহি আছেহি

പര്യായപദങ്ങൾ : পার্টী, মণ্ডলী, সংঘ, সঙ্ঘ

അർത്ഥം : আনন্দ লাভ কৰিবৰ বাবে একত্রিত হোৱা মানুহৰ সমূহ

ഉദാഹരണം : তেওঁ ্খাই উঠি পার্টীত যোগ দিলে

പര്യായപദങ്ങൾ : পার্টী

അർത്ഥം : জোৰেৰে আগবাঢ়ি যোৱা জনসমূহ বিশেষ

ഉദാഹരണം : সীমান্তত সৈনিকৰ দল দেখিবলৈ পোৱা গৈছে

പര്യായപദങ്ങൾ : জাক

അർത്ഥം : লগুৱা-লিকচৌ আৰু পাৰিষদ আদি

ഉദാഹരണം : ৰজাই নিজৰ পাৰিষদ্্বর্গৰ লগত চিকাৰলৈ ওলাইছে

പര്യായപദങ്ങൾ : পাৰিষদ্্বর্গ, ্গোট