അർത്ഥം : শ্রদ্ধা, ভক্তি আৰু বিনম্রতাপূর্বক দেৱতা, দেৱমূর্তি অথবা ডাঙৰক কৰা সাক্ষাৎকাৰ
ഉദാഹരണം :
আমি সাধুবাবাৰ দর্শনৰ ্বাবে গৈ আছোঁ
പര്യായപദങ്ങൾ : দৰশন
അർത്ഥം : প্রকৃতি, আত্মা, পৰমাত্মা আৰু জীৱনৰ অন্তিম লক্ষ্য আদিৰ বিচাৰ বিবেচনা কৰা এক বিচাৰধাৰা
ഉദാഹരണം :
বৌদ্ধ দর্শন অনুসৰি সংসাৰ ক্ষণভঙ্গুৰ
പര്യായപദങ്ങൾ : ্তত্ত্বজ্ঞান
അർത്ഥം : কোনো ব্যক্তি, বস্তু আদিৰ প্রতি চকুৰদ্বাৰা ওপজা বোধ
ഉദാഹരണം :
কামৰ ব্যস্ততাৰ কাৰণে এমাহ ধৰি দেউতাৰ দর্শন ্হোৱা নাই
പര്യായപദങ്ങൾ : দৰশন