അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো সাহিত্যৰ পুথি, বিশ্লেষণ আদিৰ অন্তর্গত সেই বিশিষ্ট বিভাগ যʼত কোনো এক বিষয় বা তাৰ কোনো অংগৰ বিবেচনা কৰা হয়
ഉദാഹരണം : এই অনুচ্ছেদত ভগৱান ৰামৰ জন্মৰ অদ্ভূত বর্ণ্্না কৰা হৈছে
പര്യായപദങ്ങൾ : অনুচ্ছেদ, পাৰাগ্রাফ, পেৰাগ্রাফ
അർത്ഥം : গণনা কৰি পোৱা সময়ৰ কোনো অংশৰ হিচাপ
ഉദാഹരണം : মহাবীৰে ৰাতিপুৱা তিনি বাৰ আহাৰ গ্রহণ কৰে
പര്യായപദങ്ങൾ : বাৰ
അർത്ഥം : কোনো বিধান বা আইনী গ্রন্থৰ সেই অংশ যʼত কোনো এক অপৰাধ, বিষয় বা কামৰ বিষয়ে কোনো কথা কোৱা হৈছে বা লিখা আছে
ഉദാഹരണം : দফা ৪২০-ৰ অধীনত ঠগবাজিৰ শাস্তি বিহা হয়
പര്യായപദങ്ങൾ : ধাৰা, নিয়ম
അർത്ഥം : ঋণ আদি কেইবাটাও ভাগত পৰিশোধ কৰা নিয়ম
ഉദാഹരണം : মই এই ধাৰখিনি কিস্তি হিচাপত পৰিশোধ কৰিম
പര്യായപദങ്ങൾ : কিস্তি, খেপ, বাৰ
ഇൻസ്റ്റാൾ ചെയ്യുക