അർത്ഥം : যিজন চৰকাৰী বিষয়াৰ সন্মুখত অপৰাধীৰ অভিযোগ আদিৰ বিচাৰ আৰু ৰায় দিয়াৰ কাৰণে হাজিৰ কৰা হয় আৰু যিজনে প্রশাসনিক কাম-কাজ আদিও কৰে
ഉദാഹരണം :
ন্যায়াধীশৰ অনুপস্থিতিৰ কাৰণে আজি শুনানী লʼব পৰা নগʼল
പര്യായപദങ്ങൾ : ন্যায়াধীশ, মেজিষ্ট্রেট
അർത്ഥം : দণ্ডাধীশ বা দণ্ডাধিকাৰীৰ পদ
ഉദാഹരണം :
মহেশে দণ্ডাধীশৰ বাবে আৱেদন কৰিছে
പര്യായപദങ്ങൾ : দণ্ডাধিকাৰী