പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള দণ্ড എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

দণ্ড   বিশেষ্য

അർത്ഥം : হাতত লৈ যোৱা পোন, কিছু দীঘল আৰু পাতল আকাৰ কাঠ বিশেষ

ഉദാഹരണം : আইতাই লাখুটি লৈ খোজকাঢ়ি আছে

പര്യായപദങ്ങൾ : লাখুটি

അർത്ഥം : পাল্লা বান্ধি থোৱা তুলাচনীৰ দণ্ড বিশেষ

ഉദാഹരണം : শস্য জুখি থাকোতে তুলাচনী দণ্ডডাল ভাগি থাকিল

പര്യായപദങ്ങൾ : তুলাচনী দণ্ড, দগাপাল্লা দণ্ড

അർത്ഥം : কাঠ বা বাঁহ আদিৰ পোন আৰু অলপ দীঘল টুকুৰা

ഉദാഹരണം : বাগিছাত লʼৰা-ছোৱালীবোৰে লাঠীৰে আম পাৰি আছে

പര്യായപദങ്ങൾ : বাড়ি, বাৰি, মাৰি, লাঠী

അർത്ഥം : ষাঠী পল বা চৌবিশ মিনিটৰ সময়

ഉദാഹരണം : আজি ৰাতি কেচুৱাটো এক দণ্ডও নুশুলে

അർത്ഥം : যি ডাল লাঠিৰে কুমাৰে চাক ঘূৰায়

ഉദാഹരണം : কুমাৰে দণ্ডৰে চাকখন জোৰেৰে ঘূৰাই আছে

പര്യായപദങ്ങൾ : কুমাৰৰ দণ্ড

അർത്ഥം : অপৰাধী বা দোষীৰ দোষমুক্তিৰ বাবে আইনমতে লোৱা ধন:ৰাজহুৱা স্থানত ধূম-পান কৰা বাবে তেওঁক পাঁচশ টকা জৰিমনা ভৰালে

ഉദാഹരണം :

പര്യായപദങ്ങൾ : অর্থদণ্ড, জৰিমনা

അർത്ഥം : মোটা আকাৰৰ ডাঙৰ মাৰি

ഉദാഹരണം : তেওঁ কুকুৰটোক লাঠিৰে মাৰিলে

പര്യായപദങ്ങൾ : বাৰি, লাঠি