അർത്ഥം : জুখিবৰ কাৰণে ব্যৱহাৰ কৰা কোনো নিশ্চিত পৰিমাণৰ শিল, লোহা আদিৰ টুকুৰা
ഉദാഹരണം :
এইটো এক কিলোৰ দগা
പര്യായപദങ്ങൾ : প্রতিমান
അർത്ഥം : কোনো তৎপৰতা নথকা
ഉദാഹരണം :
এলেহুৱা মানুহে কেতিয়াও কোনো কাম সময়মতে কৰিব নোৱাৰে তেওঁ ্ কামত বৰ সোৰোপা
പര്യായപദങ്ങൾ : অলস, আলস্যপৰায়ণ, এলেহুৱা, খাই গাহৰি, খাই-শো, বহিখোৱা, শুই-হগা, সোৰোপা, ৰিহাকুৰীয়া