അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : উত্তৰৰ সন্মুখৰ দিশ
ഉദാഹരണം : মোৰ ঘৰ ইয়াৰ পৰা দক্ষিণত আছে
പര്യായപദങ്ങൾ : দখিণ
അർത്ഥം : এশ আশী ডিগ্রীত থকা প্রধান দিক্্সূচক বিন্দু
ഉദാഹരണം : দক্ষিণ সদায় দক্ষিণ দিশৰ ফালেই থাকে
അർത്ഥം : দক্ষিণ দিশত অৱস্থিত ৰাজ্য বা প্রদেশ
ഉദാഹരണം : সুৰেশ দক্ষিণৰ অধিবাসী
അർത്ഥം : দক্ষিণৰ সৈতে সম্বন্ধ থকা
ഉദാഹരണം : সোমবাৰৰ পৰা নাটো বাহিনীয়ে দক্ষিণ আফগানিস্থানত সেনা অভিযান চলায় নিজৰ পৰিৱেশ নিজৰ নিয়ন্ত্রণত আনিলে
പര്യായപദങ്ങൾ : দক্ষিণী
ഇൻസ്റ്റാൾ ചെയ്യുക