അർത്ഥം : বিছা, মৌ-মাখি আদি পতংগৰ পিছফালে থকা বিষাক্ত কাঁইট, যি সি্হঁতে অন্য জীৱৰ শৰীৰত সুমুৱাই বিষ বিয়পাই দিয়ে
ഉദാഹരണം :
তেওঁক বৃশ্চিকৰ শুঙে বিন্ধি মাৰিলে
പര്യായപദങ്ങൾ : শুং
അർത്ഥം : দাঁতেৰে কামোৰা কার্য
ഉദാഹരണം :
বিষাক্ত পোকৰ দংশনৰ ফলত শৰীৰৰ ঠায়ে ঠায়ে দমলা বান্ধিছে
അർത്ഥം : দাঁতেৰে কামুৰিলে হোৱা ঘা
ഉദാഹരണം :
সঞ্জয়ে দংশন হোৱা ঠাই মলম সানি আছে