പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള থৰহৰি কম্পমান হোৱা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

അർത്ഥം : ভয় আদিৰ কাৰণে কঁপিবলৈ ধৰা

ഉദാഹരണം : উগ্রপন্থীক দেখি সোহনৰ গোটেই শৰীৰ থৰথৰ কৰিবলৈ ধৰিলে

പര്യായപദങ്ങൾ : কঁপিবলৈ ধৰা, কঁপ্া, কম্পিত হোৱা, থৰথৰ কৰা, থৰথৰি হোৱা

അർത്ഥം : কোনো কথা বা ঘটনা আদিৰ দ্বাৰা ভয় খোৱা বা বিমোৰত পৰা

ഉദാഹരണം : গাঁৱত এটা নৰখাদক বাঘ ওলোৱা খবৰ পাই সকলো মানুহ আতংকিত হৈ পৰিল

പര്യായപദങ്ങൾ : আতংকগ্রস্ত হোৱা, আতংকিত হোৱা, ত্রাসিত হোৱা, পেপুৱা লগা, ভীতি-বিহ্বল হোৱা, ভীতিগ্রস্ত হোৱা, ভয়তে মূচকচ যোৱা