പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള থোৱা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

থোৱা   ক্ৰিয়া

അർത്ഥം : কোনো বস্তু বা ব্যক্তি এখন ঠাইৰ পৰা গৈ অন্য ঠাইত পোৱা অৱস্থা

ഉദാഹരണം : মই আপোনাৰ বস্তুবাহানিবোৰ যথাস্থানত থৈ আহিছো

പര്യായപദങ്ങൾ : থৈ অহা

അർത്ഥം : বেয়া হʼবলৈ নিদিয়া

ഉദാഹരണം : আচাৰক তেলত ডুবাই ৰাখি বহুদিনলৈকে ৰাখিব পাৰি

പര്യായപദങ്ങൾ : ৰখা

അർത്ഥം : কাৰোবাৰ লগত কোনো ঠাইলৈ পথত কোনো ধৰণৰ বিপদ নহʼবৰ কাৰণে যোৱা

ഉദാഹരണം : মই হেৰোৱা লʼৰাটোক তাৰ ঘৰত থৈ আহিলোঁ

പര്യായപദങ്ങൾ : থৈ অহা

അർത്ഥം : কোনো ঠাইত বা বস্তু আদিত থকা বস্তু আদিক কোনো অন্য ঠাই বা বস্তু আদিত

ഉദാഹരണം : এই কলহটোৰ পানীখিনি আন এটা কলহত ঢালি দিয়া

പര്യായപദങ്ങൾ : ঢলা, বকা, ৰখা