അർത്ഥം : বাৰে বাৰে থু পেলোৱা
ഉദാഹരണം :
চাদা খাই তেওঁ থু থু কৰি আছে
പര്യായപദങ്ങൾ : থু থু কৰা, থু পেলাই থকা, পিকোৱা
അർത്ഥം : মুখেৰে থুই বা মুখত লোৱা কোনো বস্তু বাহিৰলৈ জোৰেৰে উলিয়াই দিয়া কার্য
ഉദാഹരണം :
তেওঁ ্ পাণ খাই মোৰ চোলাটোতে থুৱাই দিলে
പര്യായപദങ്ങൾ : থুই পেলোৱা, থুৱাই দিয়া, পিকোৱা