അർത്ഥം : কাৰোবাৰ বেয়া গুণ বা দোষ সম্পর্কে ্ কোৱা
ഉദാഹരണം :
তেওঁ ্সদায় আনৰ নিন্দা কৰে
പര്യായപദങ്ങൾ : আঙুলি উঠোৱা, ঠাট্টা কৰা, নিন্দা কৰা, বেয়া কৰা
അർത്ഥം : বাৰে বাৰে থু পেলোৱা
ഉദാഹരണം :
চাদা খাই তেওঁ থু থু কৰি আছে
പര്യായപദങ്ങൾ : থু পেলাই থকা, থুওৱা, পিকোৱা