അർത്ഥം : থাইলেণ্ডৰ অধিবাসী
ഉദാഹരണം :
এই হোটেলখনত ভালেমান থাইবাসীয়ে বাহৰ পাতি আছেহি
പര്യായപദങ്ങൾ : থাইবাসী, থাইলেণ্ড-বাসী
അർത്ഥം : যি লিপিত থাই ভাষা লিখা হয়
ഉദാഹരണം :
ছোৱালীজনীয়ে বহীখনত থাই লিপি লিখি আছে
പര്യായപദങ്ങൾ : থাই লিপি
അർത്ഥം : থাইলেণ্ডত থকা বা বসতি কৰা
ഉദാഹരണം :
এই হোটেলখন কেৱল থাই লোকৰ কাৰণে
പര്യായപദങ്ങൾ : থাইলেণ্ডিয়ান
അർത്ഥം : থাইলেণ্ডৰ বা তাৰ সৈতে সম্বন্ধ থকা
ഉദാഹരണം :
থাই সীমান্তত ডকাইতৰ দল গ্রেপ্তাৰ হʼল
അർത്ഥം : থাই ভাষাৰ সৈতে সম্বন্ধ থকা
ഉദാഹരണം :
আমি এখন থাই চিনেমা চালোঁ