അർത്ഥം : অসাৱধানতাৰ কাৰণে কোনো কামৰ বিশেষ অংশত মনোযোগ আকর্ষিত নোহোৱা কার্য বা ৰৈ যোৱা কার্য
ഉദാഹരണം :
যদি আপুনি মগজুটো ঠাণ্ডা কৰি ৰাখিলেহেতেঁন তেনেহʼলে এইটো থাকি নাযায়
പര്യായപദങ്ങൾ : থাকি যোৱা
അർത്ഥം : সত্তা, অস্তিত্ব, উপস্থিতি আদি সূচোৱা প্রধান তথা সকলোতকৈ অধিক প্রচলিত ক্রিয়া
ഉദാഹരണം :
ৰমা সেই কোঠাটোত আছে
അർത്ഥം : বেয়া হৈ নোযোৱা
ഉദാഹരണം :
ৰিফ্রিজাৰেটৰত বস্তুবোৰ ভালেমান দিন ধৰি থাকে
അർത്ഥം : সম্বন্ধ, ব্যৱহাৰ আদি ভালদৰে চলাই যোৱা কার্য
ഉദാഹരണം :
মাকে জীয়েকক বুজাই কʼলে যে তুমি কেনেদৰে শহুৰৰ ঘৰত থাকিবা
പര്യായപദങ്ങൾ : নির্বাহ কৰা
അർത്ഥം : কোনো বস্তু, ঠাই আদিত ৰখা বা তাৰ অন্তর্গত ্হোৱা
ഉദാഹരണം :
টেংকিত পানী আছে এই বটলত পানী আছে
അർത്ഥം : এক নিশ্চিত স্থিতিত থকা বা কʼৰবাত স্থিত হোৱা
ഉദാഹരണം :
হিমালয় ভাৰতৰ উত্তৰ দিশত আছে
പര്യായപദങ്ങൾ : স্থিত হোৱা, হোৱা
അർത്ഥം : কʼৰবাত আশ্রয় লোৱা
ഉദാഹരണം :
আমি দিল্লীলৈ গʼলে শর্মাদেৱৰ তাত থাকোঁ