പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള তৰঙ্গ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

তৰঙ্গ   বিশেষ্য

അർത്ഥം : প্রাকৃতিক অথবা কৃত্রিম কাৰণত উৎপন্ন হোৱা কোনো বস্তুৰ লহৰ যি কোনো শৰীৰ বা বাতাৱৰণত প্রৱাহিত হৈ থাকে

ഉദാഹരണം : বিদ্যুততো তৰঙ্গ থাকে

പര്യായപദങ്ങൾ : ঢৌ, তৰংগ, লহৰ

അർത്ഥം : কোনো ভাল বা অভীষ্ট সিদ্ধিৰ কাৰণে মনত উৎপন্ন হোৱা সুখদায়ক ভাব

ഉദാഹരണം : কইনাৰ মনত প্রিয় মিলনৰ তৰঙ্গ আন্দোলিত হৈ আছে

പര്യായപദങ്ങൾ : লহৰী, হিল্লোল

അർത്ഥം : নদী, সাগৰ আদিৰ পানীভাগ লাহে-লাহে দূৰৰ পৰা ৰৈ ৰৈ ওপৰলৈ উঠি পুনৰ তললৈ নামি সমান্তৰালভাৱে সৃষ্টি কৰা এক ৰূপ

ഉദാഹരണം : সাগৰৰ ঢৌবোৰ শিলত খুন্দা খাই ওপৰলৈ উঠি গৈছে

പര്യായപദങ്ങൾ : উর্মি, কল্লোল, ঢৌ, তৰংগ, লহৰ, লহৰী, হিল্লোল