അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : প্রাকৃতিক অথবা কৃত্রিম কাৰণত উৎপন্ন হোৱা কোনো বস্তুৰ লহৰ যি কোনো শৰীৰ বা বাতাৱৰণত প্রৱাহিত হৈ থাকে
ഉദാഹരണം : বিদ্যুততো তৰঙ্গ থাকে
പര്യായപദങ്ങൾ : ঢৌ, তৰংগ, লহৰ
അർത്ഥം : কোনো ভাল বা অভীষ্ট সিদ্ধিৰ কাৰণে মনত উৎপন্ন হোৱা সুখদায়ক ভাব
ഉദാഹരണം : কইনাৰ মনত প্রিয় মিলনৰ তৰঙ্গ আন্দোলিত হৈ আছে
പര്യായപദങ്ങൾ : লহৰী, হিল্লোল
അർത്ഥം : নদী, সাগৰ আদিৰ পানীভাগ লাহে-লাহে দূৰৰ পৰা ৰৈ ৰৈ ওপৰলৈ উঠি পুনৰ তললৈ নামি সমান্তৰালভাৱে সৃষ্টি কৰা এক ৰূপ
ഉദാഹരണം : সাগৰৰ ঢৌবোৰ শিলত খুন্দা খাই ওপৰলৈ উঠি গৈছে
പര്യായപദങ്ങൾ : উর্মি, কল্লোল, ঢৌ, তৰংগ, লহৰ, লহৰী, হিল্লোল
ഇൻസ്റ്റാൾ ചെയ്യുക