അർത്ഥം : তেলেঙ্গ ক্ষেত্রৰ অধিবাসী
ഉദാഹരണം :
চিকাগোত কেইজনমান পৰিচিত তেলেগুৰ সৈতে দেখা-সাক্ষাৎ হৈছিল
അർത്ഥം : যি লিপিত তেলেগু ভাষা লিখা হয়
ഉദാഹരണം :
কুন্নুৰাণীয়ে তেলেগু পঢ়িবলৈ চেষ্টা চলাই আছে
പര്യായപദങ്ങൾ : তেলেগু লিপি
അർത്ഥം : তেলেঙ্গ অঞ্চলত প্রচলিত ভাষা
ഉദാഹരണം :
অন্ধ্রপ্রদেশত তেলেগু কথা কয়
അർത്ഥം : তেলেঙ্গ অঞ্চলৰ বা তাৰ সৈতে সম্বন্ধ থকা
ഉദാഹരണം :
তেলেগু সংস্থাৰ দ্বাৰা আয়োজিত কার্যসূচী বহুত ভাল আছিল
അർത്ഥം : তেলেগু ভাষাৰ বা তাৰ সৈতে সম্বন্ধ থকা
ഉദാഹരണം :
এইখন বহুত জনপ্রিয় তেলেগু চিনেমা
അർത്ഥം : তেলেঙ্গ দেশত বসতি কৰোতা
ഉദാഹരണം :
তুমি এতিয়া তেলেগু লোকৰ সংস্থাৰ সদস্য কিয় নোহোৱা