പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള তেজ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

তেজ   বিশেষ্য

അർത്ഥം : কোনো কাম আদি কৰিবৰ কাৰণে ব্যৱহাৰ হোৱা শক্তি

ഉദാഹരണം : সূর্য শক্তিৰ বহুত ডাঙৰ উৎস

പര്യായപദങ്ങൾ : এনার্জি, ক্ষমতা, শক্তি

അർത്ഥം : দুখ বা অঘটন ঘটাব পৰা মনৰ এনে এক উগ্র অৱস্থা যাৰ প্রৰোচনাত পৰি মানুহে উচিত অনুচিত বিচাৰ নকৰি যি কোনো কামেই কৰিব পাৰে:খং উঠিলে মানুহে যিকোনো অঘটন ঘটাব পাৰে

ഉദാഹരണം :

പര്യായപദങ്ങൾ : অমর্ষণ, কোপ, কোপাগ্নি, কোপানল, ক্রোধ, ক্রোধন, ক্রোধাগ্নি, ক্রোধানল, খং, খং-জুই, খং-ৰাগ, গোছা, জঁক, জঁকি, জমক, তক, দ্বিতীয় ৰিপু, ফাই, ভমক, ্ অমর্ষ, ৰাগ, ৰোষ, ৰোষ-কোপ, ৰোষ-বহ্নি, ৰোষানল

അർത്ഥം : তেজস্বী হোৱা ভাব

ഉദാഹരണം : তেজস্বিতাৰ কাৰণে মহাপুৰুষসকলৰ মুখমণ্ডল জিলিকি থাকে

പര്യായപദങ്ങൾ : তেজস্বিতা

അർത്ഥം : শৰীৰৰ সিৰা-উপসিৰাত প্রবাহিত ৰঙা ৰঙৰ জুলীয়া পদার্থ

ഉദാഹരണം : শৰীৰৰ পৰা তেজ ওলাই থকা স্বত্বেও সৈনিকজনে যুদ্ধক্ষেত্রত যুঁজি থাকিল

പര്യായപദങ്ങൾ : খুন, তেজকুৰ, লহু, লোহিত, শোণিত, ৰক্ত, ৰুধিৰ

അർത്ഥം : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়

ഉദാഹരണം : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব

പര്യായപദങ്ങൾ : জোৰ, পৰাক্রম, বল, শকতি, শক্তি