അർത്ഥം : ঠেহ পাতি থকাজনক প্রসন্ন কৰা
ഉദാഹരണം :
মাকে নিজৰ সন্তানক নিচুকাই আছে
പര്യായപദങ്ങൾ : নিচুকোৱা
അർത്ഥം : তৃপ্ত বা সন্তুষ্ট কৰা
ഉദാഹരണം :
তেওঁ ্কোনো ৰকমে ব্রাহ্মণজনক দান-দক্ষিণা দি সন্তুষ্ট কৰিলে
പര്യായപദങ്ങൾ : তৃপ্ত কৰা, সন্তুষ্ট কৰা