പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള তুল্যতা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

তুল্যতা   বিশেষ্য

അർത്ഥം : উপযুক্ত আৰু সঠিকভাৱে কৰা সংযোগ

ഉദാഹരണം : পৰস্পৰৰ মিলৰ দ্বাৰা কঠিনৰো কঠিন কাম সম্ভৱ হয়

പര്യായപദങ്ങൾ : অদ্বিতীয়ত্ব, অনুৰূপতা, অপার্থক্য, অপৃথকতা, অবিচ্ছিন্নতা, অভিন্নতা, অভিন্নত্ব, অভেদ, একতা, একৰূপতা, ঐক্য, মিল, সদৃশতা, সমতা, সমভাব, সমানয়ন, সমৰূপত্ব, সামঞ্জস্য, সাযুজ্য

അർത്ഥം : সমান বা তুল্য হোৱা অৱস্থা

ഉദാഹരണം : আমাৰ সৈতে আপোনাৰ কি তুলনা কৰোঁ

പര്യായപദങ്ങൾ : তুলনা, সমানতা, সাম্যতা

അർത്ഥം : কোনো বস্তুৰ গুণ, মান আদিৰ ওপৰত নির্ভৰ কৰি এটাতকৈ আনটো কম-বেছি বা ভাল-বেয়া বিচাৰ কৰা:ৰামৰ তুলনাত শ্যাম বেছি চতুৰ

ഉദാഹരണം :

പര്യായപദങ്ങൾ : উপমা, তুলনা, পাটন, ৰিজনি

അർത്ഥം : জোখা কার্য ্বা ভাব

ഉദാഹരണം : আপোনাৰ তুল্যতা সমান হোৱা নাই