അർത്ഥം : তুর্কিস্তানৰ অধিবাসী
ഉദാഹരണം :
তুর্কীসকলে ভাৰতৰ ওপৰত বাৰে-বাৰে আক্রমণ কৰিছিল
പര്യായപദങ്ങൾ : তুর্কী, তুর্কীস্তান-বাসী
അർത്ഥം : তুর্কিস্তানত বসবাস কৰোতা
ഉദാഹരണം :
ভাৰতত ভালেমান তুর্কী লোকে বসতি কৰি আছে
പര്യായപദങ്ങൾ : তুর্কী, তুর্কীস্তানী